Tinsukia

ন-পুখুৰীৰ পৰা দুলিয়াজানলৈ যোৱা ৰাস্তাটোৰ অৱস্থা অতি বেয়া। ডাঙৰ-ডাঙৰ গাতত পানী জমা হৈ থাকে, তিনচুকীয়াত এনে পৰিস্থিতিৰ দায়ি কোন। সেয়া প্রশ্নৰ বিষয়। নিৰ্বাচন ওচৰত আহি পৰিছে — কিন্তু ৰাস্তাবোৰ কেতিয়া মেৰামতি হ’ব, সেয়া এতিয়াও অনিশ্চিত।

📣 Stay Connected with Axomiya Drishti.

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *