AssamEnvironment

শীৰ্ষক: সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ সাধাৰণ সম্পাদক হিচাপে গহপুৰৰ নাগৰ দলে নিৰ্বাচিত

​নগাঁৱত অনুষ্ঠিত সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ ৪৮তম দ্বি-বাৰ্ষিক অধিৱেশনত গহপুৰৰ নাগৰ দলে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছে।

​গহপুৰ মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ সহকাৰী কৃষি পৰিদৰ্শক হিচাপে কৰ্মৰত দলেৰ এই সাফল্যত সমগ্ৰ গহপুৰতে আনন্দৰ লহৰ উঠিছে। ইতিমধ্যে বিভিন্ন দল-সংগঠন তথা স্থানীয় লোকে তেওঁক উষ্ম আদৰণি আৰু অভিনন্দন জ্ঞাপন কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *