Guwahati
-
-
নতুন চাকৰিৰ আশাৰে নথি-পত্ৰ জমা দি অহা সপোনবোৰ হয়তো স্কুটীত ওলমি থকা সেই বেগটোতেই ৰৈ গ’ল। ২৬ বছৰীয়া লুনা ভৰদ্বাজ অকালতে হেৰাই গ’ল।ৰোগী উদ্ধাৰৰ বাবে ব্যৱহৃত এম্বুলেঞ্চেই কাঢ়ি নিলে এজনী যুৱতীৰ মূল্যবান জীৱন, থানবান কৰি পেলালে এটা পৰিয়াল।
লুনা ভৰদ্বাজ আৰু তেওঁৰ বন্ধু অচ্যুত বৰুৱাক মহতীয়াই পলায়ন কৰা এম্বুলেঞ্চ চালক ৰেকিবুদ্দিন আহমেদে পৰৱৰ্তী সময়ত ৰঙিয়া থানাত আত্মসমৰ্পণ কৰে।…
অধিক পঢ়ক» -
-
-
-
-
-
-
ডিমা হাছাও জিলাৰ ৩,০০০ বিঘা ভূমি এখন চিমেণ্ট প্ৰতিষ্ঠানক কিদৰে আবণ্টন কৰা হ’ল, সেই সন্দৰ্ভত গৌহাটি উচ্চ ন্যায়ালয়ে হতভম্ব প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
এই ভূমি কেনেকৈ প্ৰতিষ্ঠানটোক প্ৰদান কৰা হ’ল, তাৰ বিষয়ে শপতনামা দাখিল কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে উচ্চ ন্যায়ালয়ে।
অধিক পঢ়ক»