Crime
-
🔴 সঞ্জীব গগৈ ওৰফে নীলম গগৈৰ মৃত্যুৰ ঘটনাৰ সৈতে সম্পৃক্ত থকা সন্দেহত তিনিচুকীয়া আৰক্ষীয়ে তিনি জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।
🔴 এই সন্দেহজনক হত্যাকাণ্ডৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনাই, স্থানীয় ৰাইজে তিনিচুকীয়া সদৰ থানাৰ সন্মুখত প্ৰতিবাদী ধৰণে ঘেৰাও কাৰ্যসূচী পালন কৰে।
অধিক পঢ়ক»