Related Articles
আজি প্ৰাণৰ শিল্পী, অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গদেৱৰ ওপজা দিন।সাগৰৰ দৰে সুবিশাল আৰু কাঞ্চনজংঘাৰ দৰে সুদৃঢ় জুবিন নামৰ সত্ত্বাটোক তেখেতৰ অবৰ্তমানত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে প্ৰতিগৰাকী অসমীয়াই হৃদয়ত জীয়াই ৰাখিছে। আজিৰ এই বিশেষ দিনটোত জুবিন গাৰ্গদেৱলৈ যাচিলোঁ একাজলি শ্ৰদ্ধাঞ্জলি।
November 18, 2025
পৰীক্ষা কৰক
Close



