
Tinsukia
“টিডিএ তিনিচুকীয়াত মহম্মদ আক্ৰামৰ অশ্লীল মন্তব্য, আহোম যুৱতীৰ প্ৰতিবাদ”.
তিনিচুকীয়াত সংঘটিত এটা গম্ভীৰ ঘটনাত, মহম্মদ আক্ৰাম নামৰ এজন যুৱকে বৰ্ণালী বৰপাত্ৰ গোহাঁই নামৰ এজন আহোম যুৱতীক অশ্লীল মন্তব্য কৰাৰ লগতে শাৰীৰিক আক্ৰমণ কৰে বুলি অভিযোগ উঠিছে। ঘটনাটোৰ ফলত অঞ্চলটোত উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে। স্থানীয় ৰাইজে অপৰাধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।



