Assam
চৰাইদেউ জিলাৰ সোণাৰিত ভূমি সম্পৰ্কীয় সন্দেহত মিঞাই দা লৈ খেদি আহিল খিলঞ্জীয়ালৈ
চৰাইদেউ জিলাৰ সোণাৰিত ভূমি সম্পৰ্কীয় সন্দেহত মিঞাই দা লৈ খেদি আহিল খিলঞ্জীয়ালৈ
টাই আহোম যুৱ পৰিষদৰ সদস্যক মিঞাৰ দা লৈ খেদা — উত্তেজনাপূৰ্ণ পৰিস্থিতি
মাটি ক্ৰয়-বিক্ৰয়ৰ সন্দেহত তথ্য ল’বলৈ গৈ থাকোতে সংঘটিত হয় ঘটনাটো
টাই আহোম যুৱ পৰিষদে মিঞাক দুদিনৰ ভিতৰত চৰাইদেউ ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়ে