SportsTinsukia

চত্তিশগড়ত অনুষ্ঠিত ৰাষ্ট্ৰীয় কিকবক্সিং প্ৰতিযোগিতা, ২০২৫-ত তৃতীয় স্থান অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা তিনিচুকীয়া আৰক্ষী বিভাগৰ এল.এন.কে. হুনেশ্বৰ বৰুৱাক তিনিচুকীয়া আৰক্ষী অধীক্ষকে (SSP) সন্মানিত কৰে।

তেওঁক আন্তৰিক অভিনন্দন – আপোনাৰ এই সফলতাই অসমক গৰ্বিত কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *