Assam

“মুখ্যমন্ত্ৰীৰ কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন”

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ বিভিন্ন গুৰুত্বপূর্ণ বিভাগসমূহ পৰিদৰ্শন কৰে।

মাননীয় মুখ্যমন্ত্ৰীয়ে প্ৰতিষ্ঠানখনৰ চিকিৎসক, নাৰ্ছ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে বাৰ্তালাপ কৰাৰ পাছত স্বাস্থ্য সেৱা সম্প্ৰসাৰণৰ ক্ষেত্ৰত থকা বিভিন্ন সমস্যাসমূহ সমাধানৰ বাবে বিষয়ববীয়াসকলৰ সৈতে এখন উচ্চস্তৰীয় বৈঠকত মিলিত হয়।

মাননীয় মুখ্যমন্ত্ৰীৰ এই পৰিদৰ্শনে বড়োলেণ্ডত উন্নতমানৰ চিকিৎসা সেৱা সুনিশ্চিতকৰণৰ প্ৰতি থকা চৰকাৰৰ দৃঢ় প্ৰতিশ্ৰুতিক পুনৰ প্ৰমাণিত কৰে।

Related Articles