
তিনিচুকীয়াৰ আসনৰ বাবে সঞ্জয় কিষাণ, কাজল গোহাঁই, সঞ্জীব বৰা আৰু পুলক চেতিয়াৰ মাজত আৰম্ভ হৈছে যুঁজ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ পাৰদৰ্শিতা নে জনপ্ৰিয়তাক অগ্ৰাধিকাৰ দিব? যদি সমীকৰণ সমান হয়, তেন্তে কি হ’ব? নতুন প্ৰাৰ্থীয়ে সুযোগ পোৱাৰ সম্ভাৱনা আছে নেকি?
আপোনাৰ মতামত কি? কমেন্টত জনাওক।



